নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

News18 Assam | News18-Assam
Updated:December 18, 2019, 12:18 PM IST
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ
জানুৱাৰীৰ দ্বিতীয় সপ্তাহত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

জানুৱাৰীৰ দ্বিতীয় সপ্তাহত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

  • News18 Assam
  • Last Updated: December 18, 2019, 12:18 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। জানুৱাৰীৰ দ্বিতীয় সপ্তাহত কেন্দ্ৰীয় চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ। আইনখনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। বিতৰ্কিত আইনখনত স্থগিতাদেশ বিচাৰিছিল আবেদনকাৰীয়ে। ২২ জানুৱাৰীত গ্ৰহণ কৰা হ’ব পৰৱৰ্তী শুনানি। আজি উচ্চতম ন্যায়ালয়ত আছিল CAAকলৈ প্ৰথম শুনানি।
Published by: Sanjay Kumar Das
First published: December 18, 2019, 12:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading