পুনৰ অন্ধবিশ্বাসৰ বলি দুই মহিলা, মৰিয়নীত ডাইনী সন্দেহত বাগিচাৰ পৰা খেদিলে ৰাইজে

দুয়োগৰাকী মহিলাক প্ৰহাৰ কৰি বাগিচাৰ পৰা খেদি পঠিওৱাৰ অভিযোগ।

News18-Assam
Updated:August 4, 2019, 9:55 AM IST
পুনৰ অন্ধবিশ্বাসৰ বলি দুই মহিলা, মৰিয়নীত ডাইনী সন্দেহত বাগিচাৰ পৰা খেদিলে ৰাইজে
দুয়োগৰাকী মহিলাক প্ৰহাৰ কৰি বাগিচাৰ পৰা খেদি পঠিওৱাৰ অভিযোগ।
News18-Assam
Updated: August 4, 2019, 9:55 AM IST
ৰাজ্যত পুনৰ অন্ধবিশ্বাসৰ বলি দুগৰাকী মহিলা। মৰিয়নীৰ হুলুংগুৰি চাহ বাগিচাত দুই মহিলাক ডাইনী সন্দেহত নিৰ্যাতন একাংশ স্থানীয় লোকৰ। দুয়োগৰাকী মহিলাক প্ৰহাৰ কৰি বাগিচাৰ পৰা খেদি পঠিওৱাৰ অভিযোগ। ৪৮ ঘণ্টা ধৰি দেৱেৰা থানাত আশ্ৰয় লৈ আছে ভুক্তভোগী মহিলা দুগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি