পুনৰ আৰক্ষীৰ জালত চুপাৰি কিলাৰ বুবু কোঁৱৰ

ডাউন টাউনৰ পূৰ্বাঞ্চল পথৰ পৰা গ্ৰেপ্তাৰ কৰে বুবুক। দেওবাৰে বাইক চুৰি কৰিবলৈ আহোঁতে ধৰা পৰিল বুবু কোঁৱৰ।

News18-Assam
Updated:July 1, 2019, 3:09 PM IST
পুনৰ আৰক্ষীৰ জালত চুপাৰি কিলাৰ বুবু কোঁৱৰ
ডাউন টাউনৰ পূৰ্বাঞ্চল পথৰ পৰা গ্ৰেপ্তাৰ কৰে বুবুক। দেওবাৰে বাইক চুৰি কৰিবলৈ আহোঁতে ধৰা পৰিল বুবু কোঁৱৰ।
News18-Assam
Updated: July 1, 2019, 3:09 PM IST
পুনৰ দিছপুৰ আৰক্ষীৰ জালত চুপাৰি কিলাৰ বুবু কোঁৱৰ । ডাউন টাউনৰ পূৰ্বাঞ্চল পথৰ পৰা গ্ৰেপ্তাৰ কৰে বুবুক। দেওবাৰে বাইক চুৰি কৰিবলৈ আহোঁতে ধৰা পৰিল বুবু কোঁৱৰ।



ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুবু কোঁৱৰক। বহু হত্যাকাণ্ড, ডকাইতি, গড়ীচুৰিত জড়িত দুৰ্ধৰ্ষ চুপাৰি কিলাৰ বুবু কোঁৱৰ ।
আৰু চাওক পৰৱৰ্তী বাতৰি