মুখ্যপৃষ্ঠা »খবৰ »অসম »Viral News | গ্ৰেপ্তাৰ হোৱাৰ ভয় শুকুৰ আলীৰ! ছচিয়েল মিডিয়াত লিখিলে – মোক কোনেও যাতে সন্দেহ নকৰে...!

Viral News | গ্ৰেপ্তাৰ হোৱাৰ ভয় শুকুৰ আলীৰ! ছচিয়েল মিডিয়াত লিখিলে – মোক কোনেও যাতে সন্দেহ নকৰে...!

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা পোষ্ট। এই পোষ্ট কৰিছে শুকুৰ আলী নামৰ ফেচবুক একাউণ্টটোৰ পৰা।

  • Share this:
ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ জোৰদাৰ অভিযান (Assam Drive Against Child Marriage)। প্ৰতিখন জিলাতে অভিযান চলাইছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে বাল্য বিবাহৰ সৈতে জড়িত বহু লোক। ইয়াৰ ভিতৰত বাল্য বিবাহ কৰোৱা দৰাৰ লগতে আছে পৰিয়ালৰ লোক–আত্মীয়ও।

বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা পোষ্ট। এই পোষ্ট কৰিছে শুকুৰ আলী নামৰ ফেচবুক একাউণ্টটোৰ পৰা।

শুকুৰ আলী বুলি ক’লে হয়তো বৰ্তমান চিনি নোপোৱা মানুহ নোলাব। ছচিয়েল মিডিয়াত খুবেই চৰ্চিত শুকুৰ আলী। প্ৰায়ে শুকুৰ আলীৰ ভিডিঅ’, মীম, ফটো আদি ভাইৰেল হৈ থাকে ছচিয়েল মিডিয়াত।

সম্প্ৰতি ভাইৰেল হোৱা পোষ্টটোত লিখিছে – ‘‘মোক কোনেও যাতে সন্দেহ নকৰে, মোৰ বোৱাৰীখনৰ বৰ্তমান বয়স ২০ বছৰ দুই মাহ ২ দিন উইন্নিছ ছেকেণ্ড।’’

বাল্য বিবাহৰ বিৰুদ্ধে অভিযানৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই পোষ্ট। ৬ শতাধিক লোকে এই পোষ্টটো শ্বেয়াৰ কৰিছে। অৱশ্যে এই একাউণ্টটো শুকুৰ আলী নামৰ লোকজনৰ প্ৰকৃত একাউণ্ট হয়নে নহয় সেই সম্পৰ্কে নিশ্চিত নহয়।

শেহতীয়া বাতৰি