বিটিচি নিৰ্বাচনৰ ‘ষ্টাৰ কেম্পেইনাৰ’ শুকুৰ আলীক PSO দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!

News18 Assam | News18-Assam
Updated:November 20, 2020, 7:35 PM IST
বিটিচি নিৰ্বাচনৰ ‘ষ্টাৰ কেম্পেইনাৰ’ শুকুৰ আলীক PSO দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই!
বিটিচি নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলিও কয় শুকুৰ আলীয়ে।

বিটিচি নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলিও কয় শুকুৰ আলীয়ে।

  • Share this:
পি এছ অ’ পালে শুকুৰ আলীয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে পি এছ অ’। এই কথা সংবাদ মাধ্যমৰ আগত নিজেই ক’লে শুকুৰ আলীয়ে। নিজকে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বুলি কৈ শুকুৰ আলীয়ে ক’লে – মোক বিটিচি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ বাবে দায়িত্ব দিছে, সেইবাবেই মই প্ৰচাৰ চলাই আছো। সমগ্ৰ বিটিএডিত মই প্ৰচাৰ চলাম।

বিটিচি নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলিও কয় শুকুৰ আলীয়ে। বিটিচি নিৰ্বাচনৰ উপৰি আগন্তুক বিধানসভা নিৰ্বাচনতো বিজেপিয়ে ১০০ খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে শুকুৰ আলীয়ে।
Published by: Sanjay Kumar Das
First published: November 20, 2020, 7:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading