
ঘটনা সন্দৰ্ভত নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কৰিমগঞ্জৰ শীৰ্ষ আৰক্ষী বিষয়াক অভিযোগ দিয়ে।
ঘটনা সন্দৰ্ভত নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কৰিমগঞ্জৰ শীৰ্ষ আৰক্ষী বিষয়াক অভিযোগ দিয়ে।
কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ। অভিযোগ মতে, ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকা কিশোৰীৰ লগত মোবাইলযোগে অশ্লীল মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক।
ঘটনা সন্দৰ্ভত নাবালিকা কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কৰিমগঞ্জৰ শীৰ্ষ আৰক্ষী বিষয়াক অভিযোগ দিয়ে। পিছত এছ আই ধীৰেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই জে'ললৈ প্ৰেৰণ কৰে জিলা মুখ্য ন্যায়াধীশৰ আদালতে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|