বজালীত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ১৫ বছৰীয়া ছাত্ৰীৰ মৃত্যু

বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল অংকিতা।

News18-Assam
Updated:June 30, 2019, 6:34 PM IST
বজালীত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ ১৫ বছৰীয়া ছাত্ৰীৰ মৃত্যু
বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল অংকিতা।
News18-Assam
Updated: June 30, 2019, 6:34 PM IST
বজালীত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী ১৫ বছৰীয়া ছাত্ৰীৰ মৃত্যু। মৃত ছাত্ৰীগৰাকীৰ নাম অংকিতা দাস। বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল অংকিতা। ভুল চিকিৎসাৰ বলি হৈ ছাত্ৰীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ। জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱক লৈ শংকিত হৈ পৰিছে অঞ্চলবাসী। 
আৰু চাওক পৰৱৰ্তী বাতৰি