উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ নম্বৰ পালেও অৱতীৰ্ণ হ’ব পাৰিব মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজীত ৫০ শতাংশ পালেই অৱতীৰ্ণ হ’ব পাৰিব মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত।

News18-Assam
Updated:August 22, 2019, 8:00 AM IST
উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ নম্বৰ পালেও অৱতীৰ্ণ হ’ব পাৰিব মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত
পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজীত ৫০ শতাংশ পালেই অৱতীৰ্ণ হ’ব পাৰিব মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত।
News18-Assam
Updated: August 22, 2019, 8:00 AM IST
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপুৰ্ণ ৰায়। উচ্চতৰ মাধ্যমিকত ৫০ শতাংশ নম্বৰ পালেও অৱতীৰ্ণ হ’ব পাৰিব মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত। মেডিকেল কলেজ এডমিচন ৰুল ২০১৭ বিধি ৪(২)(চি) খাৰিজ উচ্চ ন্যায়ালয়ৰ। মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত ৫০ শতাংশ নম্বৰ লাগিছিল যদিও অসমৰ ক্ষেত্ৰত আছিল ৬০ শতাংশ। পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু ইংৰাজীত ৫০ শতাংশ পালেই অৱতীৰ্ণ হ’ব পাৰিব মেডিকেলৰ প্ৰৱেশ পৰীক্ষাত।
আৰু চাওক পৰৱৰ্তী বাতৰি