‘পোহৰৰ উৎসৱ পালন কৰক, শব্দৰ নহয়’ – দীপাৱলীত ফটকা বৰ্জনৰ আহ্বান নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ

দীপাৱলীক শব্দ প্ৰদূষণৰ বিপৰীতে আলোকৰ উৎসৱ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

News18-Assam
Updated:October 25, 2019, 3:05 PM IST
‘পোহৰৰ উৎসৱ পালন কৰক, শব্দৰ নহয়’ – দীপাৱলীত ফটকা বৰ্জনৰ আহ্বান নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ
দীপাৱলীক শব্দ প্ৰদূষণৰ বিপৰীতে আলোকৰ উৎসৱ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
News18-Assam
Updated: October 25, 2019, 3:05 PM IST
শব্দ প্ৰদূষণ ৰোধ আৰু পক্ষীকূলৰ প্ৰতি অহা ভাবুকি ৰোধৰ বাবে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যোগত লোৱা হ'ল মানৱ-শৃংখলৰ কাৰ্যসূচী। দীপাৱলীক শব্দ প্ৰদূষণৰ বিপৰীতে আলোকৰ উৎসৱ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী আৰু প্ৰবক্তা ড° ভূৱন চন্দ্ৰ চুতীয়াৰ উপস্থিতি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এই মানৱ শৃংখলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি