মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাৰাতীয়া শিক্ষয়িত্ৰীৰ গুণ্ডাগিৰি! গুণোৎসৱৰ মাজতে শিক্ষয়িত্ৰীৰ প্ৰহাৰত আহত ৬ কণ কণ ছাত্ৰ

ভাৰাতীয়া শিক্ষয়িত্ৰীৰ গুণ্ডাগিৰি! গুণোৎসৱৰ মাজতে শিক্ষয়িত্ৰীৰ প্ৰহাৰত আহত ৬ কণ কণ ছাত্ৰ

বিদ্যালয়ত আছিল ভাৰাতীয়া শিক্ষয়িত্ৰী৷ ভাৰাতীয়া শিক্ষয়িত্ৰীয়ে ৬ শিশু ছাত্ৰক প্ৰহাৰ কৰি আহত কৰে।

বিদ্যালয়ত আছিল ভাৰাতীয়া শিক্ষয়িত্ৰী৷ ভাৰাতীয়া শিক্ষয়িত্ৰীয়ে ৬ শিশু ছাত্ৰক প্ৰহাৰ কৰি আহত কৰে।

বিদ্যালয়ত আছিল ভাৰাতীয়া শিক্ষয়িত্ৰী৷ ভাৰাতীয়া শিক্ষয়িত্ৰীয়ে ৬ শিশু ছাত্ৰক প্ৰহাৰ কৰি আহত কৰে।

  • Share this:
    ৰাজ্যৰ শিক্ষা বিভাগৰ গুণোৎসৱে উদঙালে চৰকাৰী বিদ্যলয়ৰ ফোপোলা স্বৰূপ৷ চৰকাৰী বিদ্যালয়ৰ গুণোৎসৱত এইবাৰ ভাৰাতীয়া শিক্ষক৷ অকল সেয়াই নহয়, ভাৰাতীয়া শিক্ষয়িত্ৰীয়ে আহত কৰিলে কেইবাগৰাকী শিশু ছাত্ৰকও৷

    ধুবুৰী জিলাৰ আগমনি শিক্ষা খণ্ডৰ আগমনি মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত চলি আছে গুণোৎসৱ৷ শুকুৰবাৰে চলি আছিল মূল্যায়ন৷ পিছে মূল্যায়ন চলি থকাৰ সময়তে অভিভাকৰে ভৰি পৰিল বিদ্যালয় চৌহদ৷

    বিদ্যালয়ত আছিল ভাৰাতীয়া শিক্ষয়িত্ৰী৷ ভাৰাতীয়া শিক্ষয়িত্ৰীয়ে ৬ শিশু ছাত্ৰক প্ৰহাৰ কৰি আহত কৰে। খবৰ পাই দৌৰি আহিল অভিভাৱক৷ শিশু ছাত্ৰক শিক্ষয়িত্ৰীয়ে কৰা আক্ৰমণ দেখি হুকহুকাই কান্দি উঠিল অভিভাৱক৷

    বিদ্যালয় মূল্যায়নৰ নামত গুণোৎসৱৰ ব্যাপক ঢাক–ঢোল বজাই ফুৰা ৰাজ্য চৰকাৰৰ এয়াই নেকি  চৰকাৰী বিদ্যালয়৷ ভাৰাতীয়া শিক্ষয়িত্ৰীৰে গুণোৎসৱ চলোৱাৰ পিছতো গুণোৎসৱৰ  নিৰীক্ষকৰ ভূমিকাক লৈয়ো আৰম্ভ হৈছে চৰ্চা৷

    শেহতীয়া বাতৰি