• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কৰ্মত লিপ্ত ছাত্ৰ–ছাত্ৰী, এইখন অসমৰে ঘটনা, ভিডিঅ’ ভাইৰেল

শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কৰ্মত লিপ্ত ছাত্ৰ–ছাত্ৰী, এইখন অসমৰে ঘটনা, ভিডিঅ’ ভাইৰেল

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰে কলেজ কৰ্তৃপক্ষই। ৭ গৰাকী ছাত্ৰ–ছাত্ৰীক কলেজৰ পৰা নিলম্বন কৰা হৈছে।

  • Share this:
শিলচৰ ৰামানুজন‌ গুপ্ত জুনিয়ৰ কলেজত এক জঘন্য কাণ্ড।‌ শ্ৰেণী কক্ষত ছাত্ৰ-ছাত্ৰী লিপ্ত আছিল অসৎ কাৰ্যত। ৫ গৰাকী ছাত্ৰ–ছাত্ৰীৰ অশালীন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল।

শ্ৰেণী কক্ষৰ ভিতৰতে অশ্লীল কৰ্মকাণ্ডত লিপ্ত হৈছিল ছাত্ৰ–ছাত্ৰীকেইগৰাকী। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰে কলেজ কৰ্তৃপক্ষই।

৭ গৰাকী ছাত্ৰ–ছাত্ৰীক কলেজৰ পৰা নিলম্বন কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: