পাঠদান এৰি শিক্ষাৰ্থী নামিলে প্ৰতিবাদত

প্ৰশান্ত দোলাকাষৰীয়াক সুৰক্ষা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ। প্ৰধান শিক্ষকজনে ক্ষুৰাইছিল সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি।

news18assam
Updated:April 29, 2019, 2:52 PM IST
পাঠদান এৰি শিক্ষাৰ্থী নামিলে প্ৰতিবাদত
মাজুলীত শিক্ষাৰ্থীৰ প্ৰতিবাদ
news18assam
Updated: April 29, 2019, 2:52 PM IST
মাজুলীত পাঠদান এৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ। প্ৰশান্ত দোলাকাষৰীয়াক সুৰক্ষা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ। প্ৰধান শিক্ষকজনে ক্ষুৰাইছিল সত্ৰৰ কণ কণ বৈষ্ণৱৰ চুলি। ঐতিহাসিক পৰম্পৰাক ভৰিৰে মোহাৰিছিল শিক্ষকজনে। ইয়াকে লৈ ক্ষুব্ধ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন। প্ৰশান্ত দোলাকাষৰীয়াক নিলম্বনৰ দাবী আছুৰ।

চাওক এই ভিডিঅ’:



 
আৰু চাওক পৰৱৰ্তী বাতৰি