গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীত শিক্ষাৰ্থীক যৌন নিৰ্যাতন শিক্ষকৰ

অভিযুক্ত ক্ৰীড়া বিষয়ৰ শিক্ষকজনৰ নাম ভৱেশ দাস। জানুৱাৰী মাহৰ পৰীক্ষা চলি থকাৰ সময়ত নিৰ্যাতন চলাইছিল শিক্ষাৰ্থীগৰাকীক।

news18assam
Updated:June 13, 2019, 5:09 PM IST
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীত শিক্ষাৰ্থীক যৌন নিৰ্যাতন শিক্ষকৰ
অভিযুক্ত ক্ৰীড়া বিষয়ৰ শিক্ষক ভৱেশ দাস
news18assam
Updated: June 13, 2019, 5:09 PM IST
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰ একাডেমীত এগৰাকী কণমানি শিক্ষাৰ্থীক যৌন নিৰ্যাতন শিক্ষকৰ। অভিযুক্ত ক্ৰীড়া বিষয়ৰ শিক্ষকজনৰ নাম ভৱেশ দাস। জানুৱাৰী মাহৰ পৰীক্ষা চলি থকাৰ সময়ত নিৰ্যাতন চলাইছিল শিক্ষাৰ্থীগৰাকীক। মানসিক ভাৰসাম্য হেৰাইছে কণমানি ছাত্ৰীগৰাকীয়ে। কণমানি ছাত্ৰীগৰাকী সম্প্ৰতি চিকিৎসাধীন অৱস্থাত। ঘটনা সন্দৰ্ভত শ্ৰীমন্ত শংকৰ একাডেমীৰ অধ্যক্ষ গীতা দত্ত বৰুৱাৰ মন্তব্য– ‘অভিযুক্ত ভৱেশ দাসৰ বিৰুদ্ধে সুকীয়াকৈ চলিছে তদন্ত,  ছেক্সুৱেল হাৰাছমেণ্ট কমিটীত বিবেচনাধীন সমগ্ৰ ঘটনা, সাময়িকভাৱে অব্যাহতি দিয়া হৈছে ভৱেশ দাসক।’
আৰু চাওক পৰৱৰ্তী বাতৰি