ধনদাবী কৰা সংগঠনৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী, জালত চুতীয়া জাতি ছাত্ৰ সন্থাৰ নেতা

ব্যৱসায়িক প্ৰতিষ্ঠানত বলপূৰ্বকভাৱে ধনদাবী কৰাৰ অভিযোগ ছাত্ৰ নেতাজনৰ বিৰুদ্ধে

News18-Assam
Updated:August 25, 2019, 10:49 PM IST
ধনদাবী কৰা সংগঠনৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী, জালত চুতীয়া জাতি ছাত্ৰ সন্থাৰ নেতা
ব্যৱসায়িক প্ৰতিষ্ঠানত বলপূৰ্বকভাৱে ধনদাবী কৰাৰ অভিযোগ ছাত্ৰ নেতাজনৰ বিৰুদ্ধে
News18-Assam
Updated: August 25, 2019, 10:49 PM IST
যোৰহাটত ধনদাবী কৰা সংগঠনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ আৰক্ষীৰ। এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ পৰা বলপূৰ্বকভাৱে ধনদাবী কৰাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চুতীয়া জাতি ছাত্র সন্থাৰ নেতা ৰাজ বাঢ়ৈবৰা ওৰফে দহ পইচাক। ব্যৱসায়ীজনৰ পৰা মোবাইল ফোন কাঢ়ি নিয়াৰো অভিযোগ ছাত্ৰ নেতাজনৰ বিৰুদ্ধে। আৰক্ষীয়ে ৰাজ বাঢ়ৈবৰাক সোধা–পোছা অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি