আলফাৰ নামত ধনদাবী কৰা যুৱক গ্ৰেপ্তাৰ, বিজেপি কৰ্মীক মেছেঞ্জাৰেৰে ধনদাবী কৰিছিল

ধৃত ছাত্ৰজন NERIMত বি টেকত অধ্যয়নৰত। পূৰ্বেও জাতিবিৰোধী পোষ্ট আপলোড কৰিছিল ছাত্ৰজনে। মুখ্যমন্ত্ৰীৰ ফটো আৰু প্ৰধানমন্ত্ৰীৰ ফটোত আপত্তিজনক মন্তব্য কৰিছিল।

news18assam
Updated:June 9, 2019, 2:20 PM IST
আলফাৰ নামত ধনদাবী কৰা যুৱক গ্ৰেপ্তাৰ, বিজেপি কৰ্মীক মেছেঞ্জাৰেৰে ধনদাবী কৰিছিল
ধৃত ছাত্ৰজন NERIMত বি টেকত অধ্যয়নৰত। পূৰ্বেও জাতিবিৰোধী পোষ্ট আপলোড কৰিছিল ছাত্ৰজনে। মুখ্যমন্ত্ৰীৰ ফটো আৰু প্ৰধানমন্ত্ৰীৰ ফটোত আপত্তিজনক মন্তব্য কৰিছিল।
news18assam
Updated: June 9, 2019, 2:20 PM IST
আলফাৰ নামত ধনদাবী কৰি জালত ছাত্ৰ। ৰঙিয়াৰ পৰা গ্ৰেপ্তাৰ বিদ্যুৎ বিকাশ তালুকদাৰক।মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাত্ৰজনক। বিজেপি কৰ্মী গৌতম ডেনিয়েল চৌধুৰীক
মোবাইল মেছেঞ্জাৰেৰে ধনদাবী কৰিছিল ছাত্ৰজনে।



ধৃত ছাত্ৰজন NERIMত বি টেকত অধ্যয়নৰত। পূৰ্বেও জাতিবিৰোধী পোষ্ট আপলোড কৰিছিল ছাত্ৰজনে। মুখ্যমন্ত্ৰীৰ ফটো আৰু প্ৰধানমন্ত্ৰীৰ ফটোত আপত্তিজনক মন্তব্য কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি