• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Flood : তামুলপুৰৰ কচুবাৰীত অঘটন, বাঢ়নী পানীত উটি গ’ল ছাত্ৰ

Assam Flood : তামুলপুৰৰ কচুবাৰীত অঘটন, বাঢ়নী পানীত উটি গ’ল ছাত্ৰ

কচুবাৰীৰ সৌৰাগুৰিত এটা দোঙৰ পানীত পৰি সন্ধানহীন হয় দেৱজিত দে' নামৰ ১৬ বছৰীয়া কিশোৰজন।

কচুবাৰীৰ সৌৰাগুৰিত এটা দোঙৰ পানীত পৰি সন্ধানহীন হয় দেৱজিত দে' নামৰ ১৬ বছৰীয়া কিশোৰজন।

কচুবাৰীৰ সৌৰাগুৰিত এটা দোঙৰ পানীত পৰি সন্ধানহীন হয় দেৱজিত দে' নামৰ ১৬ বছৰীয়া কিশোৰজন।

  • Share this:
তামুলপুৰৰ কচুবাৰীত অঘটন। বাঢ়নী পানীত উটি গ’ল এজন ছাত্ৰ। শুকুৰবাৰে আবেলি সংঘটিত হয় এই ঘটনা৷ কচুবাৰীৰ সৌৰাগুৰিত এটা দোঙৰ পানীত পৰি সন্ধানহীন হয় দেৱজিত দে' নামৰ ১৬ বছৰীয়া কিশোৰজন।
Published by:Sanjay Kumar Das
First published: