
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন কামপুৰ ফৰেষ্ট কলনীৰ কংকন শইকীয়া।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন কামপুৰ ফৰেষ্ট কলনীৰ কংকন শইকীয়া।
কামপুৰৰ আহোম গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। পথৰ কাষত থকা এডাল গছত খুন্দা তীব্ৰবেগী বাইকৰ। তীব্ৰবেগত অহা বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলতেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। নিহত বাইক আৰোহীজন কামপুৰ ফৰেষ্ট কলনীৰ কংকন শইকীয়া।
বাইক লৈ ঘৰৰ পৰা ওলাই গৈছিল কংকন। জানিব পৰা মতে, কংকন কামপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ নৱম শ্ৰেনীৰ ছাত্ৰ। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|