• Home
  • »
  • News
  • »
  • assam
  • »
  • ছিপাঝাৰৰ কদমতলীত দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ

ছিপাঝাৰৰ কদমতলীত দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ

দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷

দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷

দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷

  • Share this:
দৰং জিলাৰ ছিপাঝাৰৰ কদমতলীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে নিহত এঝন অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ দ্ৰুতবেগী ছুইফ্ট বাহনে মহতিয়াই লৈ গ’ল চাইকেল আৰোহী অষ্টম শ্ৰেণীৰ ছাত্ৰজনক৷ থিতাতে নিহত দক্ষিণ চুবুৰী গাঁৱৰ দ্বীপজ্যেতি হাজৰিকা নামৰ ছাত্ৰজন৷ দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি