
দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷
দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷
দৰং জিলাৰ ছিপাঝাৰৰ কদমতলীত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে নিহত এঝন অষ্টম শ্ৰেণীৰ ছাত্ৰ৷ দ্ৰুতবেগী ছুইফ্ট বাহনে মহতিয়াই লৈ গ’ল চাইকেল আৰোহী অষ্টম শ্ৰেণীৰ ছাত্ৰজনক৷ থিতাতে নিহত দক্ষিণ চুবুৰী গাঁৱৰ দ্বীপজ্যেতি হাজৰিকা নামৰ ছাত্ৰজন৷ দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|