চাইকেলখন লৈ কলেজলৈ গৈছিল মৌচুমী, কলেজ পোৱাৰ আগতে মহতিয়াই থৈ গ’ল ডাম্পাৰে

News18 Assam | News18-Assam
Updated:December 31, 2019, 11:07 AM IST
চাইকেলখন লৈ কলেজলৈ গৈছিল মৌচুমী, কলেজ পোৱাৰ আগতে মহতিয়াই থৈ গ’ল ডাম্পাৰে
ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী আছিল মৌচুমী।

ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী আছিল মৌচুমী।

  • News18 Assam
  • Last Updated: December 31, 2019, 11:07 AM IST
  • Share this:
ক্ষেত্ৰীৰ ধোপগুৰিত শোকাৱহ পথ দুৰ্ঘটনা। ধোপগুৰি দুৰুং পথত সংঘটিত হোৱা এই দুৰ্ঘটনাত নিহত হয় এগৰাকী ছাত্ৰী। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়ে ছাত্ৰীগৰাকীক। থিতাতে নিহত ছাত্ৰীগৰাকীৰ নাম মৌচুমী বিশ্বাস। ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰী আছিল মৌচুমী। আনদিনাৰ দৰেই চাইকেলখন লৈ কলেজলৈ ওলাই গৈছিল মৌচুমী। কিন্তু কলেজ পোৱাৰ আগতে দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত হয় ছাত্ৰীগৰাকী।
আৰু চাওক
পৰৱৰ্তী বাতৰি