কলিয়াবৰ শোকাৱহ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল কিশোৰীৰ

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনকো আটক কৰিছে আৰক্ষীয়ে।

News18-Assam
Updated:September 23, 2019, 6:28 PM IST
কলিয়াবৰ শোকাৱহ দুৰ্ঘটনা, ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল কিশোৰীৰ
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনকো আটক কৰিছে আৰক্ষীয়ে।
News18-Assam
Updated: September 23, 2019, 6:28 PM IST
কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা। ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ছাত্ৰীৰ। দ্ৰুতবেগী ট্ৰাকে বাইকত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত বাইক পৰা ছিটিকি যায় প্ৰিয়ংকা কিণ্ড নামৰ কিশোৰীগৰাকী। বাইক আৰোহীজন লোৰেঞ্চ এক্কাও আহত হয় এই দুৰ্ঘটনাত। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনকো আটক কৰিছে আৰক্ষীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি