কাছাৰত জাপানীজ এনচেফেলাইটিছত ছাত্ৰীৰ মৃত্যু

শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন অৱস্থাত মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ।

News18-Assam
Updated:August 14, 2019, 10:05 AM IST
কাছাৰত জাপানীজ এনচেফেলাইটিছত ছাত্ৰীৰ মৃত্যু
শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন অৱস্থাত মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ।
News18-Assam
Updated: August 14, 2019, 10:05 AM IST
ৰাজ্যত অব্যাহত আছে জাপানীজ এনচেফেলাইটিছৰ সংহাৰ। কাছাৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু এগৰাকী ছাত্ৰীৰ। মৃত দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নাম তাহলিনা আখতাৰ। শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিত্সাধীন অৱস্থাত মৃত্যু ঘটে ছাত্ৰীগৰাকীৰ। ৩১ জুলাইত ছাত্ৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত।
আৰু চাওক পৰৱৰ্তী বাতৰি