• Home
  • »
  • News
  • »
  • assam
  • »
  • কুলাংগাৰ পুত্ৰই পথৰ দাঁতিত এৰি থৈ গ’ল বৃদ্ধা মাতৃক, মানৱদৰদী লোকে দিলে নতুন পৰিচয়

কুলাংগাৰ পুত্ৰই পথৰ দাঁতিত এৰি থৈ গ’ল বৃদ্ধা মাতৃক, মানৱদৰদী লোকে দিলে নতুন পৰিচয়

মহিলাগৰাকীক পথৰ দাঁতিত পৰি থকা দেখি দুলীয়াজানৰ কেইগৰাকীমান মানৱদৰদী উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

  • Share this:
দুলীয়াজানত এগৰাকী জন্মদাত্ৰী মাতৃক আলৈ–আথানি কৰি পথৰ দাঁতিত এৰি গ’ল পুত্ৰই। দুলীয়াজানৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল অইল মাৰ্কেটৰ সমীপত আজি কিছুদিনৰ আগতে কোনো কুলাংগাৰ পুত্ৰই মাতৃক পথৰ দাঁতিত এৰি থৈ যায় আৰু তাৰ পিছৰে পৰাই পথৰ দাঁতিতে দিনে–নিশাই ভোকে–পিয়াহে দিন পাৰ কৰি আহিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক পথৰ দাঁতিত পৰি থকা দেখি দুলীয়াজানৰ কেইগৰাকীমান মানৱদৰদী উদ্ধাৰ কৰি দুলীয়াজান অইল ইণ্ডিয়া চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। তাৰ পিছতেই মহিলাগৰাকীক নতুন ঠিকনা হিচাপে দিলে মৰাণৰ কল্যাণ বৃদ্ধাশ্ৰম। প্ৰশ্ন হয় কিমান তললৈ যাব পাৰে এজন পুত্ৰ সন্তান, এগৰাকী মাতৃয়ে ন মাহ ন দিন যন্ত্ৰনা সহ্য কৰি গৰ্ভত ৰাখি জন্ম দিয়ে সন্তানক। কিন্তু যেন বৃদ্ধ হ’লেই একাংশৰ বাবে আৱৰ্জনা হৈ পৰে জন্মদাত্ৰী পিতৃ–মাতৃ। ধিক এনে সন্তান।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি