• Home
  • »
  • News
  • »
  • assam
  • »
  • নাজিৰাৰ গেলেকীত ধুমুহাৰ তাণ্ডৱ, বহুকেইখন গাঁৱত বিস্তৰ ক্ষতিসাধন

নাজিৰাৰ গেলেকীত ধুমুহাৰ তাণ্ডৱ, বহুকেইখন গাঁৱত বিস্তৰ ক্ষতিসাধন

প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন ঠাইত গছ উভালি পৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ভাগি পৰাৰ উপৰিও বিদ্যুতৰ খুটা ভাগি পৰে৷ 

  • Share this:
আজি পুৱাই অহা এজাক প্ৰচণ্ড বতাহ ধুমুহাই তচনচ কৰি যায় নাজিৰা গেলেকীৰ বিভিন্ন অঞ্চল৷ প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন ঠাইত গছ উভালি পৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহ ভাগি পৰাৰ উপৰিও বিদ্যুতৰ খুটা ভাগি পৰে৷

নাজিৰাৰ গেলেকী শিঙিবিল, চৰাইসজীয়া, লক্ষ্মীজান, আদপুৰীয়া ,হাৰকিনা, সন্দিকৈ গাঁও, লাহন গাঁও আদি স্থানত ধুমুহাৰ ফলত বিস্তৰ ভাবে ক্ষতিসাধন হয়৷ এই প্ৰচণ্ড ধুমুহা জাকৰ পিছৰে পৰা নাজিৰাৰ বিভিন্ন স্থানত ৰাজপথত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰি যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ উপৰি বিজুলী সংযোগ বিচ্ছিন্ন হৈ পৰে৷
Published by:Sanjay Kumar Das
First published: