உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চিৰাঙত বতাহ-ধুমুহাৰ তাণ্ডৱ! প্ৰকাণ্ড গছ বাগৰি পৰিল চাৰিচকীয়া বাহনত

    চিৰাঙত বতাহ-ধুমুহাৰ তাণ্ডৱ! প্ৰকাণ্ড গছ বাগৰি পৰিল চাৰিচকীয়া বাহনত

    বৃহস্পতিবাৰে নিশা  চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।

    বৃহস্পতিবাৰে নিশা  চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।

    বৃহস্পতিবাৰে নিশা  চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।

    • Share this:

    • বৃহস্পতিবাৰে নিশা চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।

    • ধুমুহাই সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰে।

    • প্ৰকাণ্ড গছ বাগৰি পৰিল চাৰি চকীয়া বাহনত।

    • বিজনীৰ ঘোষপাৰাস্থিত বিপিএফ কাৰ্যালয়ৰ সমীপত  AS 01DK 5098 নম্বৰৰ চাৰি চকীয়া বাহনত পৰিল প্ৰকাণ্ড গছ।

    • অৱশ্য এই ঘটনাত  কোনো লোকৰ আঘাতপ্ৰাপ্ত হোৱা নাই।

    • ঘটনাৰ সময়ত সৌভাগ্যক্ৰমে কোনো লোক নাছিল বাহনৰ ভিতৰত।

    Published by:Himangshu Bhuyan
    First published: