বৃহস্পতিবাৰে নিশা চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।
বৃহস্পতিবাৰে নিশা চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।
- বৃহস্পতিবাৰে নিশা চিৰাঙৰ বিজনীত ধুমুহাৰ তাণ্ডৱ।
- ধুমুহাই সমগ্ৰ অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰে।
- প্ৰকাণ্ড গছ বাগৰি পৰিল চাৰি চকীয়া বাহনত।
- বিজনীৰ ঘোষপাৰাস্থিত বিপিএফ কাৰ্যালয়ৰ সমীপত AS 01DK 5098 নম্বৰৰ চাৰি চকীয়া বাহনত পৰিল প্ৰকাণ্ড গছ।
- অৱশ্য এই ঘটনাত কোনো লোকৰ আঘাতপ্ৰাপ্ত হোৱা নাই।
- ঘটনাৰ সময়ত সৌভাগ্যক্ৰমে কোনো লোক নাছিল বাহনৰ ভিতৰত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|