গোৱালপাৰাত ধুমুহাৰ কালৰূপ, তচনচ কেইবাখনো গাঁও

ধুমুহাই ঘৰ–দুৱাৰ উৰুৱাই নিয়াৰ ফলত গৃহহাৰা হৈছে বহু পৰিয়াল।

news18assam
Updated:May 21, 2019, 9:20 AM IST
গোৱালপাৰাত ধুমুহাৰ কালৰূপ, তচনচ কেইবাখনো গাঁও
ধুমুহাই ঘৰ–দুৱাৰ উৰুৱাই নিয়াৰ ফলত গৃহহাৰা হৈছে বহু পৰিয়াল।
news18assam
Updated: May 21, 2019, 9:20 AM IST
গোৱালপাৰা জিলাত পুনৰ ধুমুহাৰ কালৰূপ। দুধনৈত ধুমুহাই তচনচ কৰিলে কেইবাখনো গাঁও। অঞ্চলটোৰ শিলৰবড়ী, দহেলা, আমগুৰি, শিঙিজানী, জনাইমাৰী, ফফল, পুৰণিভিঠা আদি গাঁৱত বিস্তৰ ক্ষতিসাধন হয় ধুমুহাত। ধুমুহাই ঘৰ–দুৱাৰ উৰুৱাই নিয়াৰ ফলত গৃহহাৰা হৈছে বহু পৰিয়াল। বহু পৰিয়ালৰ সা–সম্পত্তিও বিনষ্ট হয় কাল ধুমুহাত। ইফালে বিভিন্ন ঠাইত প্ৰকাণ্ড গছ বাগৰি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ। ধুমুহাৰ ফলত অঞ্চলটোৰ বিভিন্ন ঠাইত ব্যাহত হৈ পৰে বিদ্যুৎ যোগান।



আৰু চাওক পৰৱৰ্তী বাতৰি