உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিউটী পাৰ্লাৰ চলোৱা যুৱতীলৈ সহায়ৰ হাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ

    বিউটী পাৰ্লাৰ চলোৱা যুৱতীলৈ সহায়ৰ হাত ৰাজ্যিক বিজেপিৰ সভাপতিৰ

    সৌন্দৰ্য চৰ্চাৰ জৰিয়তে জীৱিকা উপাৰ্জনৰ পথ হিচাপে বাচি লোৱা বিউটী পাৰ্লাৰ সমূহ বিগত দুমাহ ধৰি ল’ক ডাউনৰ ফলত বন্ধ হৈ আছে

    • Share this:
    সৌন্দৰ্য চৰ্চাৰ জৰিয়তে জীৱিকা উপাৰ্জনৰ পথ হিচাপে বাচি লোৱা বিউটী পাৰ্লাৰ সমূহ বিগত দুমাহ ধৰি ল’ক ডাউনৰ ফলত বন্ধ হৈ আছে ৷ ৰাজ্যৰ বহু শিক্ষিত যুৱতী-মহিলাই এক  বিউটী পাৰ্লাৰ সমুহৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালক সহায় আৰু আন দহজনী মহিলাকো দিছে সংস্থাপনৰ পথ ৷ পিছে কোৰোণা ভাইৰাছে বিউটী পাৰ্লাৰসমূহৰ লগতে ইয়াত কৰ্মৰত যুৱতী-মহিলাসকললৈ কঢ়িয়াই আনিছে চৰম দুৰ্যোগ ৷

    ৰূপচৰ্চাৰে শৰীৰ, মন আৰু সমাজকো সুন্দৰ কৰাৰ সাধনাত নিয়োজিত বিউটী পাৰ্লাৰত কৰ্মৰত এই সকল যুৱতী মহিলা দুমাহ ধৰি কৰ্মহীন হৈ পৰাৰ ফলত বহু পৰিয়াল সন্মুখীন হৈছে আৰ্থিক সংকটৰ ৷ বিউটী পাৰ্লাৰত কৰ্মৰত এই যুৱতী-মহিলাসকলৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আজি সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে আগবঢ়ালে সহায়ৰ হাত ৷

    আনহাতে লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত একাংশ হকাৰকো আজি আৰ্থিকভাৱে সহায় আগবঢ়ায় সৰভোগৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে ৷
    First published: