• Home
  • »
  • News
  • »
  • assam
  • »
  • অখিল গগৈক সমালোচনা ভৱেশ কলিতাৰ, পিপিই কিট বিতৰ্কক লৈ ক’লে – কংগ্ৰেছৰ কৰিবলৈ একো নাই কাৰণে হুলস্থূল কৰি আছে

অখিল গগৈক সমালোচনা ভৱেশ কলিতাৰ, পিপিই কিট বিতৰ্কক লৈ ক’লে – কংগ্ৰেছৰ কৰিবলৈ একো নাই কাৰণে হুলস্থূল কৰি আছে

কাৰ্বি পাহাৰত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰি ভৱেশ কলিতাই কয়, কংগ্ৰেছ অতি সোনকালে নাইকীয়া হৈ যাব।

  • Share this:
অখিল গগৈক তীব্ৰ সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। অখিল গগৈৰ আপ গমন সন্দৰ্ভত ভৱেশ কলিতাই কয়, ৰাইজৰ দলৰে অস্তিত্ব নাই, আপত গৈ একো কৰিব নোৱাৰে।

কলিতাই কয়, দল আৰু চৰকাৰৰ কাম-কাজ ভালদৰে চলি আছে। কোনো সংঘাত নাই
ৰাজেন গোঁহাই এজন দলৰ জ্যেষ্ঠ নেতা, তেওঁৰ বিষয়ে একো নকওঁ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ ভালদৰে চলি আছে।

কাৰ্বি পাহাৰত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰি ভৱেশ কলিতাই কয়, কংগ্ৰেছ অতি সোনকালে নাইকীয়া হৈ যাব। কাৰ্বি আংলঙৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত। কংগ্ৰেছৰ কৰিবলৈ একো নাই কাৰণে পিপিই কিটক লৈ হুলস্থূল কৰি আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি