বিজেপি কাৰ্যালয়ত তলা, কিয় বন্ধ হ’ল ৰাজ্যিক বিজেপিৰ কাৰ্যালয়?

News18 Assam | News18-Assam
Updated:June 25, 2020, 6:56 PM IST
বিজেপি কাৰ্যালয়ত তলা, কিয় বন্ধ হ’ল ৰাজ্যিক বিজেপিৰ কাৰ্যালয়?
৩০ জুনলৈকে বন্ধ থাকিব হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱন।

৩০ জুনলৈকে বন্ধ থাকিব হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱন।

  • Share this:
কোভিড-১৯ৰ সংকটকালত ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰে পৰা বন্ধ থাকিব ৰাজ্যিক বিজেপিৰ কাৰ্যালয়। ৩০ জুনলৈকে বন্ধ থাকিব হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱন। ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ল'লে এই সিদ্ধান্ত।
First published: June 25, 2020, 6:56 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading