বিগত বৰ্ষত নিযুক্তি লাভ কৰিছিল গীতাৰ্থ গোস্বামীয়ে৷
বিগত বৰ্ষত নিযুক্তি লাভ কৰিছিল গীতাৰ্থ গোস্বামীয়ে৷
ৰাজ্যিক বিজেপিৰ সহযোগী সাংগঠনিক সম্পাদক গীতাৰ্থ গোস্বামীক অব্যাহতি৷ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশমৰ্মে দলে অব্যাহতি দিলে গোস্বামীক৷ বিগত বৰ্ষত নিযুক্তি লাভ কৰিছিল গীতাৰ্থ গোস্বামীয়ে৷ লাভ কৰিছিল উজনি অসমৰ তিনিখন জিলাৰ দায়িত্ব৷ উল্লেখ্য যে, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা থকা সত্ত্বেও গীতাৰ্থ গোস্বামীৰ নিযুক্তিয়ে সেই সময়তে সৃষ্টি কৰিছিল ৰহস্যৰ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|