ৰাজ্যিক বিজেপিৰ সহযোগী সাংগঠনিক সম্পাদক গীতাৰ্থ গোস্বামীক অব্যাহতি

News18 Assam | News18-Assam
Updated:July 27, 2020, 5:49 PM IST
ৰাজ্যিক বিজেপিৰ সহযোগী সাংগঠনিক সম্পাদক গীতাৰ্থ গোস্বামীক অব্যাহতি
বিগত বৰ্ষত নিযুক্তি লাভ কৰিছিল গীতাৰ্থ গোস্বামীয়ে৷

বিগত বৰ্ষত নিযুক্তি লাভ কৰিছিল গীতাৰ্থ গোস্বামীয়ে৷

  • Share this:
ৰাজ্যিক বিজেপিৰ সহযোগী সাংগঠনিক সম্পাদক গীতাৰ্থ গোস্বামীক অব্যাহতি৷ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশমৰ্মে দলে অব্যাহতি দিলে গোস্বামীক৷ বিগত বৰ্ষত নিযুক্তি লাভ কৰিছিল গীতাৰ্থ গোস্বামীয়ে৷ লাভ কৰিছিল উজনি অসমৰ তিনিখন জিলাৰ দায়িত্ব৷ উল্লেখ্য যে, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা থকা সত্ত্বেও গীতাৰ্থ গোস্বামীৰ নিযুক্তিয়ে সেই সময়তে সৃষ্টি কৰিছিল ৰহস্যৰ৷
Published by: Sanjay Kumar Das
First published: July 27, 2020, 5:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading