বিজেপিয়ে ঘোষণা কৰিলে ২০২০-২৩ বৰ্ষৰ ৰাজ্যিক সমিতি

সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত ড৹ ৰাজদ্বীপ ৰয়, তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাস। কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা, সহ কোষাধ্যক্ষ মনোজ চৰফ।

- News18 Assam
- Last Updated: August 4, 2020, 1:58 PM IST
সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত ড৹ ৰাজদ্বীপ ৰয়, তপন কুমাৰ গগৈ আৰু পল্লৱ লোচন দাস। কোষাধ্যক্ষ ৰাজকুমাৰ শৰ্মা, সহ কোষাধ্যক্ষ মনোজ চৰফ।
সম্পাদক হিচাপে নিৰ্বাচিত দিপ্লু ৰঞ্জন শৰ্মা, কিশোৰ উপাধ্যায়, কৃষ্ণমণি চুতীয়া, লুচী ৰয়, সুকুমাৰ বিশ্বাস, অকণী দেৱী, বেণুধৰ নাথ, তৰংগ গগৈ আৰু পৰমী দাস।