ঘোষণা কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ নিৰ্বাচনৰ ফলাফল। সংঘৰ নতুন পদাধিকাৰ ৰূপে নিৰ্বাচিত হৈছে ভৱেন্দ্ৰ নাথ ডেকা।
উল্লেখ্য, ডেকা বিনাপ্ৰতিদ্বন্দ্বিতাৰে পদাধিকাৰ ৰূপে জয়ী হৈছে। নগাঁৱত সংঘৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|