বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰা লম্পট জালত

হোজাইৰ মোৰাঝাৰৰ পৰা আটক লম্পট চাহিজুলক। ধৃত চাহিজুলৰ ঘৰ মোৰাঝাৰ পূৱ বান্দৰ মেলাত। একেখন গাঁৱৰেই অন্ধ নাবালিকাক ধৰ্ষণ কৰিছিল চাহিজুলে।

News18-Assam
Updated:July 10, 2019, 12:08 PM IST
বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰা লম্পট জালত
হোজাইৰ মোৰাঝাৰৰ পৰা আটক লম্পট চাহিজুলক। ধৃত চাহিজুলৰ ঘৰ মোৰাঝাৰ পূৱ বান্দৰ মেলাত। একেখন গাঁৱৰেই অন্ধ নাবালিকাক ধৰ্ষণ কৰিছিল চাহিজুলে।
News18-Assam
Updated: July 10, 2019, 12:08 PM IST
আৰক্ষীৰ জালত লম্পট চাহিজুল হুছেইন। এগৰাকী বিশেষভাৱে সক্ষম কিশোৰীক ধৰ্ষণ কৰিছিল লম্পটটোৱে। হোজাইৰ মোৰাঝাৰৰ পৰা আটক লম্পট চাহিজুলক। ধৃত চাহিজুলৰ ঘৰ মোৰাঝাৰ পূৱ বান্দৰ মেলাত। একেখন গাঁৱৰেই অন্ধ নাবালিকাক ধৰ্ষণ কৰিছিল চাহিজুলে।
বিবাহৰ প্ৰলোভনেৰে দীৰ্ঘদিনে যৌন নিৰ্যাতন চলাইছিল নাবালিকাগৰাকীক। সম্প্ৰতি ৭ মাহৰ গৰ্ভৱতী ভুক্তভোগী কিশোৰীগৰাকী। ৭ জুলাইত মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। ২৬৫/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰক্ষীৰ। NEWS18ৰ বাতৰিৰ পিচতেই তৎপৰ হৈ পৰে আৰক্ষী।
আৰু চাওক পৰৱৰ্তী বাতৰি