• Home
  • »
  • News
  • »
  • assam
  • »
  • কাহিলীপাৰাৰ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত বিশেষ টেটৰ শিক্ষকৰ প্ৰতিবাদ

কাহিলীপাৰাৰ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত বিশেষ টেটৰ শিক্ষকৰ প্ৰতিবাদ

আৰক্ষীয়ে আটক কৰে ডেৰ শতাধিক প্ৰতিবাদকাৰী শিক্ষকক

আৰক্ষীয়ে আটক কৰে ডেৰ শতাধিক প্ৰতিবাদকাৰী শিক্ষকক

আৰক্ষীয়ে আটক কৰে ডেৰ শতাধিক প্ৰতিবাদকাৰী শিক্ষকক

  • Share this:
কাহিলিপাৰৰ সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত শিক্ষকৰ প্ৰতিবাদ। সৰ্বশিক্ষা অভিযানৰ অধীনত থকা বিশেষ টেট শিক্ষকসকলে প্ৰতিবাদ কৰে। উল্লেখ্য যে, ৰাজ্যত বিশেষ টেটৰ অধীনত মুঠ ৬৬৭ গৰাকী শিক্ষক আছে। এই বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলক চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ। ইফালে, প্ৰতিবাদৰ পূৰ্বেই শিক্ষকসকলক আটক কৰে আৰক্ষীয়ে।  বৰ্তমানলৈ প্ৰায় ১৫০জন শিক্ষকক আটক কৰি ৩ খন বাছত লৈ গৈছে আৰক্ষীয়ে।

জানিব পৰা মতে, প্ৰশাসনৰ অনুমতি অবিহনে সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিব অহাৰ বাবে প্ৰতিবাদকাৰী শিক্ষকসকলক আটক কৰে আৰক্ষীয়ে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি