মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ছচিয়েল মিডিয়াত ভাইৰেল এগৰাকী কইনা, কিহৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কইনাজনী?

ছচিয়েল মিডিয়াত ভাইৰেল এগৰাকী কইনা, কিহৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কইনাজনী?

News18 Assam | News18-Assam
Updated:May 24, 2020, 11:39 AM IST
ছচিয়েল মিডিয়াত ভাইৰেল এগৰাকী কইনা, কিহৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে কইনাজনী?
পাট কাপোৰেৰে আকৰ্ষণীয়ভাৱে ডিজাইন কৰা হৈছে এই মাস্ক।

পাট কাপোৰেৰে আকৰ্ষণীয়ভাৱে ডিজাইন কৰা হৈছে এই মাস্ক।

  • Share this:
চৌদিশে কোৰোণা মহামাৰীৰ বিভীষিকাৰ মাজতে সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এগৰাকী কইনা। কইনীজনীয়ে বিয়াত পিন্ধা দেখা গৈছে এখন বিশেষ মাস্ক। পাট কাপোৰেৰে আকৰ্ষণীয়ভাৱে ডিজাইন কৰা হৈছে এই মাস্ক। এই আকৰ্ষণীয় মাস্ক পৰিধান কৰাৰ ফলতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই কইনীজনী। সকলোৰে দৃষ্টি কাঢ়িছে কইনা পিন্ধা মাস্কখনে। ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে এই মাস্ক ডিজাইন কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কোৰোণা মহামাৰীৰ বিভীষিকাৰ বাবে বৰ্তমানো দেশত চলি আছে লকডাউন। এই মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে চৰকাৰে বান্ধি দিছে বহু নীতি–নিৰ্দেশনা। প্ৰতিজন লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। বিভিন্ন স্থানত মাস্ক পৰিধান নকৰিলে বিহা হৈছে জৰিমনা।



First published: May 24, 2020, 10:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি