মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশেষ মেট্ৰিক পৰীক্ষা ১ অক্টোবৰৰ পৰা, পৰীক্ষাসূচী প্ৰকাশ ছেবাৰ

বিশেষ মেট্ৰিক পৰীক্ষা ১ অক্টোবৰৰ পৰা, পৰীক্ষাসূচী প্ৰকাশ ছেবাৰ

News18 Assam | News18-Assam
Updated:September 14, 2021, 5:34 PM IST
বিশেষ মেট্ৰিক পৰীক্ষা ১ অক্টোবৰৰ পৰা, পৰীক্ষাসূচী প্ৰকাশ ছেবাৰ
এইবাৰৰ পৰীক্ষাৰ ফলাফল বা নম্বৰক লৈ অসন্তুষ্ট শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত।

এইবাৰৰ পৰীক্ষাৰ ফলাফল বা নম্বৰক লৈ অসন্তুষ্ট শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত।

  • News18 Assam
  • Last Updated: September 14, 2021, 5:34 PM IST
  • Share this:
পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে। ছেবাৰ পৰা আজি প্ৰকাশ কৰা পৰীক্ষা সূচী অনুসৰি ১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বিশেষ মেট্ৰিক পৰীক্ষা।

১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিবলগীয়া পৰীক্ষা মুঠ ৬টা বিষয়ত অনুষ্ঠিত হ'ব। উল্লেখ্য, ক'ভিড পৰিস্থিতিৰ বাবে ৰাজ্যত এইবাৰ অনুষ্ঠিত কৰা হোৱা নাছিল মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।



এনে অৱস্থাত মূল্যাংকন পদ্ধতিৰে ছাত্ৰ–ছাত্ৰীৰ ফলাফল বিচাৰ কৰা হৈছিল। শিক্ষা বিভাগৰ এই ব্যৱস্থাৰ বাবে অসন্তুষ্ট ছাত্ৰ–ছাত্ৰীৰ ক্ষেত্ৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।
Published by: Gautam Barman
First published: September 14, 2021, 5:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি