ডেকাৰগাঁও আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটী ৰে’ল

১৯ আগষ্টৰ পৰা পৰীক্ষামূলকভাৱে ছমাহৰ ববে চলিব এই ৰে’লখন।

News18-Assam
Updated:August 11, 2019, 8:37 AM IST
ডেকাৰগাঁও আৰু ডিব্ৰুগড়ৰ মাজত চলিব বিশেষ ইণ্টাৰচিটী ৰে’ল
১৯ আগষ্টৰ পৰা পৰীক্ষামূলকভাৱে ছমাহৰ ববে চলিব এই ৰে’লখন।
News18-Assam
Updated: August 11, 2019, 8:37 AM IST
শীঘ্ৰে ডেকাৰগাঁও আৰু ডিব্ৰুগড়ৰ মাজত চলিব এখন বিশেষ ইণ্টাৰচিটী ৰে’ল। ১৯ আগষ্টৰ পৰা পৰীক্ষামূলকভাৱে ছমাহৰ বাবে চলিব এই ৰে’লখন। এই কথা জনাইছে উত্তৰ–পূব সীমান্ত ৰে’লৱেই। ০৫৮২০ নম্বৰৰ বিশেষ ৰে’লখন প্ৰতি সোমবাৰ, মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ডেকাৰগাঁৱৰ পৰা যাত্ৰা কৰিব ডিব্ৰুগড়লৈ। আনহাতে, ০৫৮১৯ নম্বৰৰ বিশেষ ৰে’লখন প্ৰতি সোমবাৰ, মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ডিব্ৰুগড়ৰ পৰা চলিব ডেকাৰগাঁৱলৈ। ৰে’লখনত থাকিব মুঠ ১১টা ডবা।
আৰু চাওক পৰৱৰ্তী বাতৰি