আত্মসমৰ্পণকাৰী এছ পি সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ!

News18 Assam | News18-Assam
Updated:October 15, 2020, 6:35 PM IST
আত্মসমৰ্পণকাৰী এছ পি সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ!
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সঞ্জিত কৃষ্ণক বৰ্তমান লৈ যোৱা হৈছে চি আই ডি কাৰ্যালয়লৈ।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সঞ্জিত কৃষ্ণক বৰ্তমান লৈ যোৱা হৈছে চি আই ডি কাৰ্যালয়লৈ।

  • Share this:
আত্মসমৰ্পণকাৰী এছ পি সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ! আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ সঞ্জিত কৃষ্ণক! আজি পুৱাৰ ভাগত আত্মসমৰ্পণ কৰিছিল সঞ্জিত কৃষ্ণই। তাৰ পিছতে চলোৱা হৈছিল মাৰাথন জেৰা। এছ আই কেলেংকাৰীত নাম সাঙোৰ খাইছিল সঞ্জিত কৃষ্ণৰ। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সঞ্জিত কৃষ্ণক বৰ্তমান লৈ যোৱা হৈছে চি আই ডি কাৰ্যালয়লৈ।
Published by: Sanjay Kumar Das
First published: October 15, 2020, 6:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading