মুখ্যপৃষ্ঠা »খবৰ »অসম »News18 ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সাংবাদিক ছাহাজাহান আলীক গণৰাজ্য দিৱসত সম্বৰ্দ্ধনা

News18 ৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সাংবাদিক ছাহাজাহান আলীক গণৰাজ্য দিৱসত সম্বৰ্দ্ধনা

গণৰাজ্য দিৱস উপলক্ষে দক্ষিণ শালমাৰাৰ টুমনী যুৱ সংঘই ছাহাজাহান আলীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

গণৰাজ্য দিৱস উপলক্ষে দক্ষিণ শালমাৰাৰ টুমনী যুৱ সংঘই ছাহাজাহান আলীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

  • Share this:

দক্ষিণ শালমাৰা-মানকাচৰ, ২৬ জানুৱাৰীঃ News18 অসম North East ৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সাংবাদিক তথা জিলা প্ৰেছ ক্লাৱৰ সভাপতি ছাহাজাহান আলীক গণৰাজ্য দিৱস উপলক্ষে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।


উল্লেখযোগ্য যে, গণৰাজ্য দিৱস উপলক্ষে দক্ষিণ শালমাৰাৰ টুমনী যুৱ সংঘই সাংবাদিকগৰাকীলৈ এই সন্মান আগবঢ়ায়।

শেহতীয়া বাতৰি