সোণাৰিত বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। যোৱা কেইদিন মানৰ পৰা এটা বনৰীয়া হাতীৰ জাকে নগৰখনৰ কাষৰীয়া অঞ্চলত উপদ্ৰৱ চলাই ঘৰ - দুৱাৰ ভাঙিছে।

সোণাৰি নগৰৰ শান্তিপুৰ অঞ্চলত বনৰীয়া হাতীৰ দল এটাই এটা ঘৰ ভাঙি সম্পূৰ্ণ বিধ্বস্ত কৰে। নিশা অঞ্চলটোৰ কাষতে থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য সম্ভাৰ বিচাৰি জাকে জাকে বন্য হস্তী প্ৰৱেশ কৰে অঞ্চলটোত । নগৰখনৰ ১০ নং ৱাৰ্ডত থকা প্ৰভাত নেওগ নামৰ লোকজনৰ বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰে। যোৱা নিশা পৰিয়ালটিৰ বাসগৃহ হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰাত সম্প্ৰতি দিশহাৰা উক্ত পৰিয়ালটি মুকুলি আকাশৰ তলত।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|