অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত তেওঁ।
অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত তেওঁ।
আলফা স্বাধীনৰ লগত যোগসূত্ৰ ৰখাৰ সন্দেহত সোণাৰি আৰক্ষীয়ে আটক কৰিলে আৰক্ষী জোৱানক।
আটকাধীন আৰক্ষী জোৱানজনৰ নাম বসন্ত বুঢ়াগোহাঁই। শদিয়াৰ পৰা আটক কৰিলে অসম আৰক্ষীৰ ২৫ নং বেটেলিয়নত কৰ্মৰত লোকজনক। অধিক তথ্যৰ বাবে সম্প্ৰতি সোধা–পোছা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|