உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Drugs Burn: সোণাৰিত ২৬ লাখ টকাৰো অধিক মূল্যৰ ড্ৰাগছ দাহ কৰিলে মন্ত্ৰীয়ে...

    Drugs Burn: সোণাৰিত ২৬ লাখ টকাৰো অধিক মূল্যৰ ড্ৰাগছ দাহ কৰিলে মন্ত্ৰীয়ে...

    সোণাৰিত ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰিলে মন্ত্ৰী যোগেন মোহনে।

    সোণাৰিত ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰিলে মন্ত্ৰী যোগেন মোহনে।

    সোণাৰিত ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰিলে মন্ত্ৰী যোগেন মোহনে।

    • Share this:
    চৰাইদেউ জিলা আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা অবৈধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিকভাৱে দাহ কৰে ৰাজ্যৰ মন্ত্ৰী যোগেন মোহনে।

    চৰাইদেউ জিলা আৰক্ষীয়ে আজি অনুষ্ঠিত কৰা ড্ৰাগছ বিনষ্টকৰণ অভিযানত দাহ কৰা হয় জব্দকৃত ড্ৰাগছ তথা গাঞ্জা আদিকে ধৰি নিচাজাতীয় সামগ্ৰী। মন্ত্ৰী যোগেন মোহনে জানিবলৈ দিয়া অনুসৰি আজি প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়। ইয়াৰে ২৮৭.০১ গ্ৰাম ব্ৰাউন চুগাৰৰ মূল্য আনুমানিক ২০ লাখ টকাৰ হ'ব বুলি মন্তব্য কৰে।
    Published by:Kokil Sarma
    First published: