• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা ! অংকিতা দত্ত সহ আটক বহু কংগ্ৰেছ নেতা-কৰ্মী ...

সোণাৰিত কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা ! অংকিতা দত্ত সহ আটক বহু কংগ্ৰেছ নেতা-কৰ্মী ...

চৰাইদেউ জিলাৰ সোণাৰিত  কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ক্ষোভ প্ৰকাশ কৰিলে চৰকাৰৰ বিৰুদ্ধে।

  • Share this:
চৰাইদেউ জিলাৰ সোণাৰিত  কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ক্ষোভ প্ৰকাশ কৰিলে চৰকাৰৰ বিৰুদ্ধে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিস্থিত ৰাজীৱ ভৱনৰ পৰা সমদল বাহিৰ কৰিবলৈ লওঁতেই বাধা দিলে চৰাইদেউ আৰক্ষীয়ে। অংকিতা দত্ত সহ আটক সকলো কংগ্ৰেছ কৰ্মী।

গাড়ীত মহিলা আৰক্ষীয়ে চোচৰাই অংকিতা দত্তক সোণাৰি আৰক্ষী থানালৈ লৈ যায়। উল্লেখযোগ্য যে চৰাইদেউ জিলা আৰু সোণাৰি সমষ্টি যুৱ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰী বিৰুদ্ধে মূল্যবৃদ্ধি প্ৰতিবাদত সমদল বাহিৰ কৰিবলৈ লওঁতেই আৰক্ষীৰ বৃহৎ দলে অংকিতা দত্ত, প্ৰদেশ কংগ্ৰেছ সম্পাদক উৎপল গগৈ,সুৰুজ দিহিঙ্গীয়া সহ শতাধিক কংগ্ৰেছ প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি