• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ২০২২ ...

সোণাপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ২০২২ ...

খিলঞ্জীয়া মঞ্চ, অসম'' আৰু উত্তৰ পূব খিলঞ্জীয়া গণ মঞ্চৰ উদ্যোগত   আজি এদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে সোণাপুৰত অনুষ্ঠিত হৈছে " আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ,২০২২।

  • Share this:
খিলঞ্জীয়া মঞ্চ, অসম'' আৰু উত্তৰ পূব খিলঞ্জীয়া গণ মঞ্চৰ উদ্যোগত   আজি এদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে সোণাপুৰত অনুষ্ঠিত হৈছে " আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস ,২০২২।

খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব, তেওঁলোকৰ ভাষা, কলা-কৃষ্টিৰ সংৰক্ষণ আৰু স্বকীয় বৈশিষ্ট্য বৰ্তাই ৰখাৰ স্বাৰ্থত সমগ্ৰ বিশ্বৰ লগতে আজি সোণাপুৰস্থিত ট্ৰাইচেম প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসত উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।
পুৱাৰ পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে খিলঞ্জীয়া গণ মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া, খিলঞ্জীয়া মঞ্চ অসমৰ সভাপতি মৃণাল হাজৰিকাকে প্ৰমুখ্যে আন বহু বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পাছতে আৰম্ভ হোৱা বৰ্ণিল শোভাযাত্ৰাই মোহাচ্ছন্ন কৰে অঞ্চলবাসীক। আবেলিৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দল-সংগঠনৰ নেতাৰ লগতে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত খিলঞ্জীয়া (Indigenous) নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিমৰীয়া মহাবিদ্যালয়ৰ জেষ্ঠ্য অধ্যাপক ধ্ৰুৱজ্যোতি শৰ্মাই। জনগোষ্ঠীয় নৃত্যৰে মুখৰিত হৈ পৰে অনুষ্ঠানস্থলী।
Published by:Kokil Sarma
First published: