‘মুখ্যমন্ত্ৰীক শ'লঠেকত পেলোৱাৰ ভয়ঙ্কৰ ষড়যন্ত্ৰ, ষড়যন্ত্ৰকাৰীৰ মাজত বিজেপিৰো একাংশ’

News18 Assam | News18-Assam
Updated:November 29, 2019, 12:06 PM IST
‘মুখ্যমন্ত্ৰীক শ'লঠেকত পেলোৱাৰ ভয়ঙ্কৰ ষড়যন্ত্ৰ, ষড়যন্ত্ৰকাৰীৰ মাজত বিজেপিৰো একাংশ’
Source-Google

বিপদত পৰিব নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল? মুখ্যমন্ত্ৰীৰ অজ্ঞাতে ৰাজ্যত চলিছে কয়লা ছিণ্ডিকেট!

  • News18 Assam
  • Last Updated: November 29, 2019, 12:06 PM IST
  • Share this:
বিপদত পৰিব নেকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল? আনৰ কথা নকওঁৱেই, খোদ বিজেপিৰ একাংশই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কৰিছে গভীৰ ষড়যন্ত্ৰ। এই কথা আমি কোৱা নাই,  বিজেপি বিধায়ক সুৰেণ ফুকনে ঘটাইছে মহা বিস্ফোৰণ। কয়লা ছিণ্ডিকেটক লৈ এই বিস্ফোৰণ ঘটাইছে ডিগবৈৰ বিজেপি বিধায়ক সুৰেণ ফুকনে ৷ তিনি দিন পূৰ্বে কয়লা ছিণ্ডিকেটক লৈ ফেচবুক লাইভ কৰিছিল বিধায়ক ফুকনে ৷

বিধায়ক–সুৰেণ ফুকন


শুকুৰবাৰে বিধানসভাত প্ৰৱেশৰ পূৰ্বে NEWS18ৰ আগত বহু কথাই ক'লে বিধায়ক গৰাকীৰ ৷ বিধায়ক সুৰেণ ফুকনৰ মতে, ‘ৰাজ্যত চলা ছিণ্ডিকেটক লৈ জ্ঞাত নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীক শ'লঠেকত পেলাবলৈ একাংশই গভীৰ ষড়যন্
আৰু চাওক
পৰৱৰ্তী বাতৰি