• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি, অশ্লীল গালি–গালাজ

এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি, অশ্লীল গালি–গালাজ

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফেচবুকত হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছিল বাক্সাৰ গোৰেশ্বৰৰ ভোগপুৰৰ এজন যুৱক।

  • Share this:
    এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই হত্যা কৰাৰ ভাবুকি। ফেচবুকযোগে এই ভাবুকি দিছে ৰাজীৱ হাণ্টাৰ ৰহমান নামৰ এজনে। ১০ দিনৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক গুলীয়াই মৰাৰ হুংকাৰ যুৱকজনৰ। তদুপৰি ফেচবুক পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাক অশ্লীল গালি–গালাজো কৰিছে যুৱকজনে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই পোষ্টটো।

    কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ফেচবুকত হত্যাৰ ভাবুকি দি গ্ৰেপ্তাৰ হৈছিল বাক্সাৰ গোৰেশ্বৰৰ ভোগপুৰৰ এজন যুৱক। সোণোৱালক গুলীয়াই মৰাৰ ভাবুকি দিছিল যুৱকজনে।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    First published:

    শেহতীয়া বাতৰি