உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দুই ভগ্নীৰ কণ্ঠত শুনক ইটোৰ পিছত সুমধুৰ গীত, ছচিয়েল মিডিয়া কঁপাইছে বন্দিতা আৰু কণমানি প্ৰাপ্তিয়ে, চাওক Video

    দুই ভগ্নীৰ কণ্ঠত শুনক ইটোৰ পিছত সুমধুৰ গীত, ছচিয়েল মিডিয়া কঁপাইছে বন্দিতা আৰু কণমানি প্ৰাপ্তিয়ে, চাওক Video

    দুয়োগৰাকী ভগ্নীয়ে পৰিৱেশন কৰিছে ইটোৰ পিছত সিটো চিৰসেউজ অসমীয়া গীত, Video

    দুয়োগৰাকী ভগ্নীয়ে পৰিৱেশন কৰিছে ইটোৰ পিছত সিটো চিৰসেউজ অসমীয়া গীত, Video

    দুয়োগৰাকী ভগ্নীয়ে পৰিৱেশন কৰিছে ইটোৰ পিছত সিটো চিৰসেউজ অসমীয়া গীত, Video

    • Share this:
    দুই ভগ্নী! নাম বন্দিতা বৰুৱা আৰু প্ৰাপ্তি এইচ বৰুৱা, যাৰ কণ্ঠ এতিয়া চিনাকী হৈ পৰিছে সকলোৰে বাবে। দুয়োগৰাকী ভগ্নীয়ে গোৱা গীত এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। চলিছে দুয়োকে লৈ চৰ্চা। যি দুয়োগৰাকী ভগ্নীৰ কণ্ঠত গীত শুনিছে, সকলোৱে একেমুখে কৰিছে প্ৰশংসা।



    জানিব পৰা মতে, দুয়োগৰাকী ভগ্নীৰ ঘৰ বঙাইগাঁৱত। দুয়োগৰাকী ভগ্নীয়ে পৰিৱেশন কৰিছে ইটোৰ পিছত সিটো চিৰসেউজ অসমীয়া গীত। ড০ অনিমা চৌধুৰীৰ কণ্ঠৰ 'কুহিপাত যেন কোমল কোমল', জুবিন গাৰ্গৰ জনপ্ৰিয় গীত 'আগলি বাহৰে গগণা বজাও', আদি গীত বন্দিতা আৰু প্ৰাপ্তিৰ কণ্ঠত শুনি সকলো মুগ্ধ হৈ পৰিছে।



    ফেচবুকৰ বিভিন্ন পেজৰ জৰিয়তে ভাইৰেল হৈ পৰিছে দুয়োগৰাকী ভগ্নীয়ে গোৱা গীত। সেইদৰে নিজৰ এটা ইউটিউব চেনেলৰ জৰিয়তেও নিজে গোৱা ক'ভাৰ চংগ শ্ৰুতাৰ বাবে আগবঢ়াই আহিছে বন্দিতা বৰুৱাই।
    Published by:Himangshu Bhuyan
    First published: