এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
বানৰ মাজতে নগাঁৱৰ ৰাঙলুতো সংঘটিত হয় কৰুণ ঘটনা। বানৰ বাবে আশ্ৰয় লোৱা সৰ্পৰ দংশনত প্ৰাণ হেৰুৱাই এজন লোকে। একঁকাল পানীৰ মাজেৰে ঘৰৰ সামগ্ৰী আনিবলৈ যাওঁতে ঘৰৰ ভিতৰতে সৰ্পদংশনৰ সন্মুখীন হয় লোকজন। মৃত্যুমুখত পৰা লোকজন ইনচান আলী (Snake bites a man at Nagaon)৷
ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তেওঁক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|