মুখ্যপৃষ্ঠা »খবৰ »অসম »HSLC Paper Leak: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোগামুখত ৬ জনক আটক

HSLC Paper Leak: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোগামুখত ৬ জনক আটক

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোগামুখত ৬ জনক আটক

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোগামুখত ৬ জনক আটক

Dhemaji: ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ গোগামুখত প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত শেহতীয়াকৈ ৬ জনক আটক কৰা হৈছে।

  • Share this:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল (HSLC Paper Leak) সন্দৰ্ভত CID ক তদন্তৰ দায়িত্ব দিয়াৰ পিছতেই ইজনৰ পিছত সিজনকৈ এতিয়া আৰক্ষীৰ জালত পৰিছে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ গোগামুখত প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত শেহতীয়াকৈ ৬ জনক আটক কৰা হৈছে। অভিযোগ উত্থাপিত হোৱা ২ জনক ইতিমধ্যে গুৱাহাটীলৈ তলব কৰা হৈছে বুলি ধেমাজিৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

শেহতীয়া বাতৰি