ডবকাত জালত পৰিল ৬ জঘন্য হত্যাকাৰী!

ভূমি বিবাদৰ বাবেই শ্বাহিদ আফ্ৰিদী নামৰ এজন যুৱকক মৰিয়াই হত্যা কৰিছিল এই ৬ অভিযুক্তই। ৭ মে’ত জি এম চি এইচত মৃত্যু হৈছিল শ্বাহিদ আফ্ৰিদী নামৰ যুৱকজনৰ।

news18assam
Updated:May 17, 2019, 12:50 PM IST
ডবকাত জালত পৰিল ৬ জঘন্য হত্যাকাৰী!
ভূমি বিবাদৰ বাবেই শ্বাহিদ আফ্ৰিদী নামৰ এজন যুৱকক মৰিয়াই হত্যা কৰিছিল এই ৬ অভিযুক্তই। ৭ মে’ত জি এম চি এইচত মৃত্যু হৈছিল শ্বাহিদ আফ্ৰিদী নামৰ যুৱকজনৰ।
news18assam
Updated: May 17, 2019, 12:50 PM IST
ডবকাত হত্যাকাণ্ডত জড়িত ৬ অভিযুক্তক গ্ৰেপ্তাৰ। ভূমি বিবাদৰ বাবেই শ্বাহিদ আফ্ৰিদী নামৰ এজন যুৱকক মৰিয়াই হত্যা কৰিছিল এই ৬ অভিযুক্তই। ৭ মে’ত জি এম চি এইচত মৃত্যু হৈছিল শ্বাহিদ আফ্ৰিদী নামৰ যুৱকজনৰ। যুৱকজনৰ মৃত্যুৰ পিছৰে পৰা পলাই আছিল অভিযুক্তকেইটা। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মুজিবুৰ ৰহমান, হাবিজুৰ ৰহমান, লুতফুৰ ৰহমান, জিয়াবুৰ ৰহমান, ছাদ্দাম হুছেইন আৰু ফখৰ উদ্দিন নামৰ হত্যাকাৰীকেইটাক। আটাইকে ডবকা থানাত সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি