মুখ্যপৃষ্ঠা »খবৰ »অসম »শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা ১৬ বছৰীয়া যুৱকৰ ...

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ পৰা লাডাখলৈ চাইকেল যাত্ৰা ১৬ বছৰীয়া যুৱকৰ ...

শিৱসাগৰ জিলাৰ  কীৰ্তিচিহ্ন সমূহৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্য শিৱসাগৰ  বকতাৰ এগৰাকী ১৬ বছৰীয়া যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা লাডাখলৈ  বুলি আজি   সৌৰভ গগৈ নামৰ যুৱকজনে আৰম্ভ কৰিছে চাইকেল যাত্ৰা । 

  • Share this:

শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ বিষয়ে বিভিন্ন ৰাজ্যত  প্ৰচাৰ কৰাৰ লক্ষ্যৰে লাডাখলৈ বুলি প্ৰায় এমাহ চাইকেল যাত্ৰা কৰিব ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা   সৌৰভ গগৈয়ে।

শুকুৰবাৰে দিনৰ ১১-৪৫ বজাত ঐতিহাসিক শিৱদৌলৰ চৌহদৰ পৰা যাত্ৰা আৰম্ভ কৰা সৌৰভ গগৈক বিভিন্ন দল সংগঠনে এই সুন্দৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। শিৱসাগৰ জিলা সাংবাদিক সংস্থা,  বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, ঐক্য সেনাকে ধৰি বিভিন্ন দল সংগঠনৰ শুভেচ্ছা গ্ৰহণ কৰি সৌৰভ গগৈয়ে কয় যে " শিৱসাগৰকলৈ মই গৌৰৱ কৰোঁ । শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ চাবলৈ পৰ্যটক সকল আহক, তাকে কামনা কৰোঁ। কিন্তু কি কি আছে শিৱসাগৰত এই বিষয়ে বাহিৰৰ লোকসকলক  জনাব লাগিব । প্ৰচাৰ লাগিব । "

শেহতীয়া বাতৰি